ধিং চহৰৰ মাজমজিয়াত অগ্নিকাণ্ডৰ ঘটনা ।
শ্বৰ্ট চাৰ্কিটৰ ফলত দাওঁ দাওঁকৈ জ্বলি উঠিল ইলেক্টিক পোষ্টৰ বিদুৎ পৰিবাহী তাঁৰ ।
উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ জুই নির্বাপিত কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, অৰ্ধসপ্তাসিক ধিঙত বুধবৰীয়া বজাৰৰ দিনাই সংঘটিত অগ্নিকাণ্ডত কঠমপি ৰক্ষা পৰিল বহু কেইখন ব্যৱসায়ী প্ৰতিষ্ঠান।