ডিফুৰ পৰা সন্ধানহীন দুই কিশোৰীক বঙাইগাঁৱত উদ্ধাৰ
সন্ধানহীন কিশোৰী দুগৰাকী ডিফু চৰকাৰী বালক বিদ্যালয়ৰ দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্রী
৩জন যুৱকে দিল্লীত কাম দিয়াৰ প্রলোভনেৰে লৈ গৈছিল কিশোৰী দুগৰাকীক
বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে এজাহাৰ দিছিল ডিফু থানাত
আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে তিনিজন যুৱকক