গুৱাহাটী মহানগৰীক পৰিষ্কাৰ কৰি ৰাখিবলৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনা জাৰি;কি আছে এই নিৰ্দেশনাত?

গুৱাহাটীক পৰিষ্কাৰ কৰি ৰাখিবলৈ GMCৰ নিৰ্দেশনা

প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিলে ৫০০ টকা জৰিমনা

ৰাজহুৱা স্থানত থু পেলালে ভৰিব লাগিব ৩০০ টকা

ৰাজহুৱা স্থানত আৱৰ্জনা পেলালে, প্ৰস্ৰাৱ কৰিলে ৫০০ টকা

মুকলি ঠাইত শৌচ কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা

ৰাস্তা, ৰাজহুৱা স্থানত আৱৰ্জনা পেলালে ২০০০ টকা জৰিমনা

নির্মাণ, ভাঙি পেলোৱা আৱৰ্জনা পেলালে ভৰিব লাগিব জৰিমনা

মাছৰ আৱৰ্জনা, কাৰাখানাৰ আৱৰ্জনা পেলালে ১০০০ টকা

ৰাজহুৱা স্থানত জন্তুৰ মল পেলালে জৰিমনা ৫০০ টকা

উদ্যান, পর্যটন স্থানত আৱৰ্জনা পেলালে ৫০০ টকা জৰিমনা

পৌৰ নিগমৰ পানী যোগান ব্যৱস্থাৰ ক্ষতি কৰিলে ৫০০ টকা

পয়প্রণালী নিষ্কাশন ব্যৱস্থাৰ ক্ষতি কৰা বা বাধা দিলে ৫০০ টকা

ক্ষতিকাৰক পদার্থ অবৈধভাৱে পেলালে ২০০০ টকা জৰিমনা

GMCৰ সীমাৰ ভিতৰত ৰাসায়নিক আৱৰ্জনা পেলালে ৫০০০ টকা

নদী, নলা, জলাশয়ত আৱৰ্জনা পেলালে ১০০০ টকা জৰিমনা

চৰকাৰী বেৰ, নলাৰ বেৰা, বিদ্যুতৰ খুঁটাত পোষ্টাৰ লগালে ৫০০০ টকা

দলঙৰ খুঁটা, দলং, ৰাজহুৱা স্থানত পোষ্টাৰ লগালেও ৫০০০ টকা

সামগ্ৰী পেলাই নলাৰ পানীৰ প্ৰবাহত বাধা দিলে ২৫,০০০ টকা

ৰাস্তা, নলা, জলাশয়, মুকলি স্থানত গছ-গছনি পেলালে ৫০০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *