উজনিৰ চাৰি জিলাৰ বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

উজনি অসমৰ চাৰি জিলাৰ বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ।

শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ জলপ্ৰলয়ক লৈ PILৰ শুনানি।

৩ নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰকক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াৰ PILৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ।

খনি মাফিয়াক সুৰক্ষা দিয়াৰ গুৰুতৰ অভিযোগ।

অবৈধ খননৰ বাবেই উজনি অসমত হৈছিল বিভীষিকা।

চাৰি জিলাৰ বান প্ৰাকৃতিক দুৰ্যোগ নহয় বুলিও মন্তব্য দেৱব্ৰত শইকীয়াৰ।

চৰকাৰৰ গাফিলতিতেই জলপ্ৰলয়ৰ সৃষ্টি বুলি অভিযোগ।

খনি মাফিয়াৰ স্বাৰ্থত উজনি অসমৰ ৰাইজক বিপদলৈ ঠেলাৰ অভিযোগ।

Leave a Reply

Your email address will not be published. Required fields are marked *