ED ৰ জালত পশ্চিমবংগৰ প্ৰাক্তন মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেতা সুজিত বসু

দুৰ্নীতিৰ বিৰুদ্ধে একচন মুডত পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। ইতিমধ্যে আৰম্ভ কৰিছে কাম।

নতুন চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই EDৰ জালত পশ্চিমবংগৰ প্ৰাক্তন মন্ত্ৰী সুজিত বসু।

১০ ঘণ্টাৰো অধিক সময় জেৰা প্ৰাক্তন মন্ত্ৰী সুজিত বসুক

জেৰা পাছতে সুজিত বসুক গ্ৰেপ্তাৰ ইডিৰ।

উল্লেখ্য যে, পৌৰনিগম নিয়োগ কেলেংকাৰীত জড়িত সুজিত বসু। তৃণমূল কংগ্ৰেছৰো নেতা সুজিত বসু। এইবাৰ ৰাজ্যখনৰ বিধাননগৰ সমষ্টিত পৰাজিত হৈছিল নেতাগৰাকী।

Leave a Reply

Your email address will not be published. Required fields are marked *