মহানগৰীৰ মঠঘৰীয়াৰ উৰণীয়া সেতুৰ ওপৰত মাজনিশা ভয়ংকৰ পথ দুর্ঘটনা। মেজিক গাড়ী আৰু ডি আই গাড়ীৰ মাজত…
Category: Uncategorized
ভয়ংকৰ অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ১৪খনৰো অধিক ব্যৱসায়িক প্রতিষ্ঠান
পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰ নৱাইবিল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ১৪খনৰো অধিক ব্যৱসায়িক প্রতিষ্ঠান।গেলামালৰ দোকান, কাপোৰৰ…
নগাঁও জিলাত অব্যাহত গৰুচোৰৰ উপদ্ৰৱ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো অব্যাহত গৰুচোৰৰ উপদ্ৰৱ । গৰুচোৰৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনীও কটাবলগীয়া হৈছে…
অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ
অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। সোমবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ‘স্বাগত সতীৰ্থ প’ৰ্টেল 2.O’ৰ আনুষ্ঠানিক শুভাৰম্ভণি…
আজিৰে পৰা শ্ৰীমন্ত শংকৰ সংঘৰ গোলাঘাট জিলাৰ ৭৩ সংখ্যক জিলা অধিৱেশন
শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ মেৰাপানীৰ গান্ধীৰাম লইং সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰ সংঘৰ…
নগাঁৱত ৭৭ সংখ্যক গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিলে মন্ত্ৰী নন্দিতা গাৰ্লোছাই
আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস। সমগ্ৰ দেশতে আজি উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। খানাপাৰাত…
বিহপুৰীয়াৰ গোঁসাইপুখুৰী নিবাসী,সত্ৰীয়া সংস্কৃতিৰ সাধক ৯৬ বছৰীয়া হৰিচৰণ শইকীয়াই এই বৰ্ষত পদ্মশ্ৰী সন্মান লাভ কৰে
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা দেশৰ অসামৰিক বঁটাপ্ৰাপকসকলৰ নাম। এইবাৰ অসমৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছে বিভিন্ন…
অৱশেষত গ্ৰেপ্তাৰ হ’ল ১০৮ এম্বুলেঞ্চৰ চালক ৰেকিবুদ্দিন আহমেদ
অৱশেষত গ্ৰেপ্তাৰ হ’ল ১০৮ এম্বুলেঞ্চৰ চালক ৰেকিবুদ্দিন আহমেদ। ৰঙিয়াত আত্মসমৰ্পণৰ পিছতে আজি গ্ৰেপ্তাৰ হ’ল ৰেকিবুদ্দিন আহমেদ।…
‘‘গুৱাহাটীৰ পাহাৰত অবৈধ দখল কৰা মিঞাকহে কৰা হ’ব উচ্ছেদ। কোনো অসমীয়াৰ ওপৰত নহয় এই উচ্ছেদ অভিযান। একাংশই অসত্য বাতৰি প্ৰচাৰ কৰিছে।’’ মুখ্যমন্ত্ৰীৰ মন্তব্য
আজি ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ প্ৰস্তুতৰ বাবে ‘পৰামৰ্শ গ্ৰহণ ভান’ মুকলি কৰি অনুষ্ঠান অনুষ্ঠিত কৰে।…
জল্পনা-কল্পনাৰ অন্ত! অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই
জল্পনা-কল্পনাৰ অন্ত! অৱশেষত গেৰুৱা বসন পৰিধান কৰিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। আছুৰ পৰা অব্যাহতি…