৪ মে’ ত ৰাজ্যজুৰি ড্ৰাই ডে’ ঘোষণা।
ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বাহাল থাকিব ড্ৰাই ডে’।
প্ৰশাসনৰ নিয়ম উলংঘা কৰিলেই লোৱা হ’ব কঠোৰ ব্যৱস্থা।
জিলাই জিলাই জাৰি কৰিছে নিৰ্দেশনা।
৪ মে’ৰ দিনটোত সকলো ধৰণৰ দেশী-বিদেশী সুৰাৰ দোকান,হোটেল আৰু ক্লাবসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব।