কলিয়াবৰত বন্যহস্তীৰ আক্রমণত নিহত এজন শ্রমিক
নিহত শ্রমিকজন বুঢ়াপাহাৰ চাহ বাগিচাৰ নৰেন গোৱালা বুলি জানিব পৰা গৈছে
মাছ মাৰিবলৈ যোৱাৰ সময়তে শ্ৰমিকজনক আক্ৰমণ কৰে বন্যহস্তীয়ে
ঘটনাস্থলীত বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী উপস্থিত
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে প্ৰেৰণ কৰিছে মৃতদেহ