For Truth and Transparency
অন্তিম নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
সন্ধিয়া কুম্ভীৰগ্ৰামত উপস্থিত হ’ব অমিত শ্বাহ।
শিলচৰৰ বৰাইল ভিউ হোটেলত নিশা কটাব অমিত শ্বাহে।
পাথাৰকান্দিত প্ৰথমখন নিৰ্বাচনী সভা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.