আজিৰে পৰা বাহন চলাচলৰ বাবে মুকলি হ’ব নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু

আজিৰে পৰা বাহন চলাচলৰ বাবে মুকলি হ’ব নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু।

দুচকীয়া আৰু লঘু বাহনৰ বাবে মুকলি হ’ব কুমাৰ ভাস্কৰ বৰ্মা সেতু।

দুপৰীয়া প্ৰায় ১২ বজাৰ পৰাহে বাহন চলাচলৰ বাবে খুলি দিব সেতুখন।

Leave a Reply

Your email address will not be published. Required fields are marked *