জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশই সামাজিক মাধ্যমত ৰচনা কৰা ষড়যন্ত্ৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে

মঙলবাৰে পুনৰ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত গৰিমা শইকীয়া গাৰ্গৰ।

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে।লিখে – অপমান, অপযশ, অৱমাননা ইতিহাসে মনত নাৰাখে.. তেনেকুৱা কথা কোৱা, চৰ্চা কৰা মানুহকো সময়ে মনত নাৰাখে । সময়ৰ শিলালিপিত খোদিত হৈ ৰয় মাথোঁ গুণী জ্ঞানী জনৰ নাম, কৰ্ম,গৌৰৱ আৰু গৰিমা ! এইয়াই ধ্ৰুৱ সত্য ।। “আমাৰ জুবিন , অমৰ জুবিন”।

প্ৰয়াত জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ একাংশই সামাজিক মাধ্যমত ৰচনা কৰা ষড়যন্ত্ৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিমা শইকীয়া গাৰ্গে।

Leave a Reply

Your email address will not be published. Required fields are marked *