গোলাঘাট জিলাৰ গুৰুদ্বাৰত ‘বীৰ পাল দিৱস পালন’

আজি গোলাঘাট জিলাৰ গুৰুদ্বাৰত বীৰ পাল দিৱস পালন।বীৰ পাল দিৱসৰ লগত সংগতি ৰাখি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। গোলাঘাট জিলাৰ বিজেপিৰ সহযোগত এই কাৰ্যসূচী পালন কৰা হয়। এই দিৱস।

এই কাৰ্যসূচীত উপস্থিত থাকে গুৰুদ্বাৰৰ আহ্বায়ক লগতে‌ সহ আহ্বায়ক হিচাপে বিজেপিৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভানেত্ৰী ৰাজশ্ৰী বৰা, গোলাঘাট জিলা সমিতিৰ সম্পাদক অঞ্জন বৰা আৰু মেডিয়া কোষৰ সম্পাদক ডিকি শৰ্মা লগতে বহু কেইগৰাকী সদস্য উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *