মুম্বাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ২৮ সংখ্যক SIES শ্ৰীচন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বঁটা প্ৰদান

মুম্বাইত শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ২৮ সংখ্যক SIES শ্ৰীচন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক ছাউথ ইণ্ডিয়ান এডুকেশ্যন ছ’চাইটীৰ অধ্যক্ষ ড° ভি. শংকৰে এই বঁটা প্ৰদান কৰে। বঁটা লাভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আদিগুৰু শংকৰাচাৰ্যই প্ৰাচীন কামৰূপ ভ্ৰমণ কৰি উত্তৰ পূৰ্বাঞ্চলত অদ্বৈত ভাৱধাৰা প্ৰচাৰ কৰিছিল বুলি মন্তব্য কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *