অটো’ চালকৰ ৰূপত ড্ৰাগছ সৰবৰাহকাৰী।
নম্বৰ বিহীন অটো’ ৰে মহানগৰীলৈ সৰবৰাহ ড্ৰাগছ।
ছয়গাঁও গৰসিঙিমাৰিৰ পৰা গুৱাহাটী মহানগৰীলৈ ড্ৰাগছখিনি আনিছিল সৰবৰাহকাৰী চাইফ আলীয়ে
এইখন নম্বৰ প্লেটহীন অটোৰে আনিছিল ড্ৰাগছখিনি
মহানগৰীৰ মাছখোৱা পেট্ৰল পাম্পৰ ওচৰত পশ্চিম আৰক্ষী জিলাৰ SOG টীমে আটক কৰে সৰবৰাহকাৰী চাইফক
চাৰিটা চাবোনৰ বাকচত ভৰাই আনিছিল ড্ৰাগছখিনি
ড্ৰাগছ খিনিৰ আনুমানিক মূল্য কেবালাখ টকা
বৰ্তমান ভৰলু আৰক্ষীয়ে সোধপোত অব্যাহত ৰাখিছে সৰবৰাহকাৰী জনক