শিলচৰত পিষ্টলসহ এজন যুৱকক গ্ৰেপ্তাৰ

শিলচৰত পিষ্টলসহ এজন যুৱকক গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ কাছাৰৰ বৰখলাৰ জমিৰ আহমেদক।
অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে 7.62 পিষ্টল যুৱকজনৰ পৰা উদ্ধাৰ চাৰি জাঁই সক্ৰিয় গুলীও।

Leave a Reply

Your email address will not be published. Required fields are marked *