For Truth and Transparency
ঘন কুঁৱলীৰ বাবে বাতিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।
ডাঠ কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে ফেৰী সেৱা।
যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ।
বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ব্যাহত হৈ থাকিব ফেৰী সেৱা।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.