মহানগৰীৰ মাছখোৱাৰ লাচিত ঘাটত মৃতদেহ উদ্ধাৰ

মহানগৰীৰ মাছখোৱাৰ লাচিত ঘাটত মৃ-ত-দে-হ উদ্ধাৰ

ব্রহ্মপুত্ৰত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ লোকে

বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃ-ত লোকজনৰ পৰিচয়

লোকজনৰ আনুমানিক বয়স ৪৫ বছৰ

সম্প্ৰতি মৃ-ত-দে-হটো মৰণোত্তৰ পৰীক্ষাৰ

বাবে GMCHলৈ প্ৰেৰণ

Leave a Reply

Your email address will not be published. Required fields are marked *