পুনৰ দাম বৃদ্ধি আমূলৰ ঘিউ আৰু মাখনৰ

দীপাৱলীৰ পূৰ্বে দেশত পুনৰ দাম বৃদ্ধি।

আমূলৰ ঘিউ আৰু মাখনত দাম বৃদ্ধি।

১ কিলোগ্ৰাম ঘিউৰ বাবে ৬৩০ টকাৰ পৰিৱৰ্তে ৬৮০ টকা দিব লাগিব গ্ৰাহকে।

আনহাতে, ১০০ গ্ৰাম মাখনৰ পেকেটৰ দাম ৬৩ টকাৰ পৰা ৬৬ টকালৈ দাম বৃদ্ধি।

Leave a Reply

Your email address will not be published. Required fields are marked *