দিল্লীৰ যন্তৰ-মন্তৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী

দিল্লীৰ যন্তৰ-মন্তৰত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী।

যন্তৰ-মন্তৰত আটক পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নক।

ভোটাৰ তালিকাৰ সংশোধনত হোৱা অনিয়মৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰি আটক।

যন্তৰ-মন্তৰলৈ যোৱাৰ পথত আন কেইবাগৰাকীও বিৰোধী নেতা আৰু ছাত্ৰ-কৰ্মীকো আটক কৰে দিল্লী আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *