দিনৰ ১২.২০ বজা পৰ্যন্ত ভোটগণনাৰ অগ্ৰগতিৰ খতিয়ান

অব্যাহত আছে নগাঁও লোকসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ ভোটগণনা।

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া।

প্ৰথমে পোষ্টেল বেলটৰে আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলাছে ভোটগণনা

দিনৰ ১২-২০ বজাৰ অন্তত নগাঁও উপ-নিৰ্বাচনৰ ফলাফল

বিজেপিৰ দেৱাশীষ শৰ্মাই ২,২৬,৪৯১টা ভোট লাভ কৰিছে।

এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে ১,৪৯,৪৮৭টা ভোট।

কংগ্ৰেছৰ শিৱামণি বৰাই লাভ কৰিছে ৩৮,৪৩৭টা ভোট।

এতিয়াও অৱ্যাহত আছে ভোটগণনা পৰ্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *