বিজেপি প্রার্থী বিজেপিৰ দেৱাশীস শৰ্মাৰ বৃহৎ অগ্রগতি

আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা।

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া।

প্ৰথমে পোষ্টেল বেলটৰে আৰম্ভ কৰা হৈছে ভোটগণনা প্ৰক্ৰিয়া।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে চলা এই ভোটগণনাত

বিজেপি প্রার্থী বিজেপিৰ দেৱাশীস শৰ্মাৰ বৃহৎ অগ্রগতি

শৰ্মাই এতিয়ালৈকে ৪২,৪০৬ টা ভোটত অগ্রগতি

সমষ্টিটোৰ আন দুজন চৰ্চিত প্ৰাৰ্থী এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা সম্প্ৰতি বিশেষ অগ্ৰগতি লাভ কৰা নাই।

শিৱামণি বৰাই এতিয়ালৈকে লাভ কৰা ভোটৰ সংখ্যা হৈছে ৬,৫৪৪টা ভোট।

একেদৰে বদৰুদ্দিন আজমলে লাভ কৰিছে ৪৭,৪০২ ভোট।

২৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মা।

অৱ্যাহত আছে নগাঁও লোকসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ ভোটগণনা।

Leave a Reply

Your email address will not be published. Required fields are marked *