নতুন দিল্লীত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় কৃষি সন্মিলন-ৰবি অভিযান ২০২৬’
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অংশগ্ৰহণ
MSPত ৰহৰ, মাটি, মছুৰ দাইলৰ ১০০% চৰকাৰী ক্ৰয়ৰ নিশ্চয়তা প্ৰদান
৪৮ ঘণ্টাৰ ভিতৰত ধন পৰিশোধৰ নিশ্চিত ব্যৱস্থাৰ কথা উল্লেখ
কৃষকৰ কল্যাণৰ অৰ্থে চৰকাৰে নিৰন্তৰ কাম কৰা বুলি প্ৰকাশ