দুৰ্গা পূজাত অতিৰিক্ত বন্ধ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে

১৭ অক্টোবৰত অতিৰিক্তভাৱে দুৰ্গা পূজাৰ বন্ধ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলে।

চাৰিদিনৰ পৰিৱৰ্তে এইবাৰ দুৰ্গা পূজাত ৫ দিন বন্ধ পাব অসমৰ চৰকাৰী কৰ্মচাৰীসকলে।

আজি কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেটৰ সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৭ অক্টোবৰ শনিবাৰে দুৰ্গা পূজাৰ মহাষষ্ঠী।

Leave a Reply

Your email address will not be published. Required fields are marked *