মহানগৰীত অব্যাহত গ্ৰীণ বাছৰ দৌৰাত্ম

পুনৰ মহানগৰী মালিগাঁৱত গ্ৰীণ বাছৰ দৌৰাত্মক ।

মালিগাঁও ট্ৰেফিক থানাৰ সন্মুখতে এই ঘটনা

তিনিখনকৈ দুচকীয়া বাহনক খুন্দিয়াই পলায়নৰ গ্ৰীণ বাছৰ।

বাছখনৰ পিছে গৈছে দৌৰ বাহনৰ গৰাকী ।

মালিগাঁৱত বহু সময় ৰখি থাকে গ্ৰীণ বাছসমূহ।

যাৰ ফলত সৃষ্টি হয় বহু যান জঁটৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *