বিৱাহৰ প্ৰায় ৮ মাহৰ পাছতে বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মহানগৰীৰ গড়চুকৰ কতাহবাৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

বিৱাহৰ প্ৰায় ৮ মাহৰ পাছতে ৰহস্যজনক মৃত্যু নাৰ্জুমা বেগম নামৰ বোৱাৰীগৰাকীৰ

স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মৃতকৰ পৰিয়ালৰ

ঘটনাৰ পূৰ্বে স্বামীৰ সৈতে গাড়ী ক্ৰয় আৰু টকাক লৈ নাৰ্জুমাৰ তৰ্ক-বিতৰ্ক হোৱা বুলি পৰিয়ালৰ ভাষ্য

মৃতদেহটো গড়চুক আৰক্ষীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল মৃতকৰ পৰিয়ালৰ

Leave a Reply

Your email address will not be published. Required fields are marked *