For Truth and Transparency
কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ মৃত্যু এজন CRPF জোৱানৰ।
CRPF জোৱানজন বজালীৰ ওদালগুৰি গাঁৱৰ মণ্টু চৌধুৰী।
গুৱাহাটীৰ নমাইলৰ GC CRPF কেম্পত কৰ্মৰত হৈ আছিল জোৱানজন।
দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল CRPF জোৱান মণ্টু চৌধুৰী।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.