For Truth and Transparency
আই.আই.টি. গুৱাহাটীত ছাত্ৰৰ আত্মহত্যাৰ ঘটনা।
B.Tech ৰ তৃতীয় সাম্নাষিকৰ ছাত্ৰৰ বিল্ডিংৰ ওপৰৰ পৰা মৰন জাপ।
বিল্ডিংৰ ওপৰৰ পৰা জপিয়াৰ ফলত মৃত্যু ছাত্ৰজনৰ।
মৃত ছাত্ৰজন উৰিষ্যাৰ পুৰিৰ ৰিতেশ ৰাজ চিং।
ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী আমিনগাওঁ আৰক্ষী।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.