মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ।আক্ৰাছুৰ

বঙাইগাঁও জিলাৰ বৰপাৰাস্থিতিত আক্ৰাছু কাৰ্যালয়ৰ সন্মুখত আক্ৰাছুৰ প্ৰতিবাদী কাৰ্যসূচী।

কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আৰু অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি সাৱ্যস্ত কৰে প্ৰতিবাদ।

জনজাতিকৰণক লৈ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি সাৱ্যস্ত কৰে প্ৰতিবাদ।

জনজাতিকৰণক লৈ মাত নামতিলে কোচ-ৰাজবংশী বিধায়কসকলৰ ঘৰ ঘেৰাও কৰিব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *