অৰুণাচলৰ ভূমিস্খলনত অসমৰ যুৱকৰ মৃত্যু।

অৰুণাচলৰ ভূমিস্খলনত অসমৰ যুৱকৰ মৃত্যু।

পাহাৰৰ শিল খহি মৃত্যু যুৱকজনৰ।

মৃত যুৱকজন বকোৰ ৰূপম ৰাভা।বুলি জানিব পৰা গৈছে।

বকো বনগাঁও বুঢ়ীগাঁৱৰ বাসিন্দা ৰাভা।

পথ নিৰ্মাণৰ কামত নিয়োজিত আছিল যুৱকজন।

ফকলেণ্ডৰ চালক হিচাপে কৰ্মৰত আছিল ৰূপম।

Leave a Reply

Your email address will not be published. Required fields are marked *