ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ

তিনিচুকীয়া আৰু যোৰহাটৰ দায়িত্ব ৰামেশ্বৰ তেলীক

কামৰূপ মেট্ৰ’, ধেমাজিৰ দায়িত্ব মন্ত্ৰী অতুল বৰাক

মৰিগাঁও, কামৰূপৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ

বঙাইগাঁও, বৰপেটাৰ দায়িত্ব অশ্বিনী ৰায় সৰকাৰ

দৰং, ধুবুৰীৰ দায়িত্বত অশোক সিংহল

শিৱসাগৰ, চৰাইদেউৰ দায়িত্বত বিমল বৰা

নলবাৰী, শোণিতপুৰৰ দায়িত্ব বিশ্বজিৎ দৈমাৰীক

তামুলপুৰ, গোৱালপাৰাৰ দায়িত্ব জয়ন্ত মল্লবৰুৱাক

শ্রীভূমি, হাইলাকান্দিৰ দায়িত্ব কৌশিক ৰায়ক

দক্ষিণ শালমাৰা, উত্তৰ লখিমপুৰৰ দায়িত্ব কেশৱ মহন্তক

ডিমা হাচাও, কাছাৰ জিলাৰ দায়িত্ব কৃষ্ণেন্দু পালক

বজালী, ওদালগুৰিৰ অভিভাৱক মন্ত্রী নীলিমা দেৱী

পীযুষ হাজৰিকাক ৪খন জিলাৰ দায়িত্ব নগাঁও, হোজাই, কার্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ দায়িত্ব

বিশ্বনাথ, গোলাঘাটৰ দায়িত্ব ডাঃ ৰণোজ পেগুক

মাজুলী, ডিব্ৰুগড়ৰ দায়িত্ব সুশান্ত বৰগোহাঁইক

Leave a Reply

Your email address will not be published. Required fields are marked *