বাংগালুৰুত নিৰুদ্দেশ জামুগুৰিহাটৰ ছিলবিষ্টাৰ হৰ

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক।

বাংগালুৰুত নিৰুদ্দেশ জামুগুৰিহাটৰ এজন যুৱক।

কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈছিল খৃষ্টানবস্তিৰ যুৱকজন।

নিৰুদ্দিষ্ট যুৱক খৃষ্টানবস্তিৰ ছিলবিষ্টাৰ হৰ বুলি জানিব পৰা গৈছে।

৫ মে’ত বন্ধুৰ সৈতে বাংগালুৰুলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ হয় যুৱকজন।

যুৱকজনৰ সন্ধান পালে ৯৩৬৫০৩৪৮৯৪ অথবা ৬০০৩১৪৫৭৫১ নম্বৰত যোগাযোগৰ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *