মহানগৰীৰ কৃত্ৰিম বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল

মহানগৰীৰ কৃত্ৰিম বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL দাখিল

বিগত বানত মৃত্যুমুখত পৰিছিল ৪জনকৈ লোক

মেনহ’লত সোমাই মানুহৰ মৃত্যু হোৱা প্ৰসংগত গুৰুত্ব ন্যায়ালয়ৰ

উন্মুক্ত নলা-নৰ্দমা বন্ধৰ বাবে কি পৰিকল্পনা লৈছে চৰকাৰে?

মঙলবাৰৰ ভিতৰত সংশ্লিষ্ট বিভাগক তথ্য দাখিলৰ নিৰ্দেশ

কৃত্ৰিম বান ৰোধৰ সন্দৰ্ভতো মঙলবাৰে শুনানি ল’ব ন্যায়ালয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *