হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল প্ৰদানৰ দিন ঘোষণা

ঘোষণা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল প্ৰদানৰ দিন

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন।জনালে

২৩ জুনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিব HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল।

মঙলবাৰে দিনৰ ১১ বজাত ঘোষণা হ’ব HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অফিচিয়েল ৱেবছাইটত উপলভ্য হ’ব HSLC কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল।

Leave a Reply

Your email address will not be published. Required fields are marked *