গহপুৰৰ পুৰুপবাৰীত বিধ্বংসী অগ্নিকাণ্ড ।
পুৰুপবাৰী চেন্টাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ৭খন ব্যৱসায় প্ৰতিষ্ঠানত অগ্নিকাণ্ড।
জুইত জাহ গল ফাৰ্মাচী,কম্পিউটাৰ প্ৰতিষ্ঠান,ফানিচিয়াৰ হাউচ,ইলেক্ট্ৰনিক প্ৰতিষ্ঠান,বুকষ্টলকে ধৰি ৭খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান।
গহপুৰ, বিহালী , বিশ্বনাথৰ পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি বহু সময়ৰ চেষ্টাৰ অন্তত জূই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।