শ্ৰীভূমি জিলাৰ ব্রাহ্মণ শাসন সংলগ্ন লাঠিৰঘাট এলেকাত ভয়ংকৰ ভূমিস্খলন।
ভূমিস্খলনত আহত এটি শিশু।
পুৱতি নিশা প্ৰায় ৪ বজাৰত মান্না মহন্তৰ ঘৰৰ ওপৰত বাগৰি পৰে মাটি।
ঘৰত শুই থকা লোক ওপৰত আহি পৰে ৰঙামাটি ।
ভূমিস্খলনত কোন প্ৰানহানি নহ’লেও এটি শিশু আহত হয় বুলি জানিব পৰা গৈছে।