লোকপিয়লত জড়িত চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ
চৰকাৰী কৰ্মচাৰীলৈ জাৰি কৰা হৈছে নিৰ্দেশনা
লোকপিয়লত জড়িত চৰকাৰী কৰ্মচাৰীয়ে নাপাব ছুটী
জিলা আয়ুক্তৰ আগতীয়া অনুমোদন অবিহনে ল’ব নোৱাৰিব ছুটী
লোকপিয়লৰ কামত গাফিলতি কৰিলে শাস্তিৰ সন্মুখীন হ’ব চৰকাৰী কৰ্মচাৰী
তথ্য জালিয়াতি আৰু নেতিবাচক প্রশ্ন কৰিলে ৩বছৰৰ কাৰাবাস
লগতে এক হাজাৰ টকাৰ জৰিমনাও ভৰিব লাগিব দোষী সাব্যস্ত হ’লে
লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ পিছতে জিলা আয়ুক্তসকলে জাৰি কৰিছে নিৰ্দেশনা