জালুকবাৰী আৰক্ষীৰ জালত চোৰৰ গেং

মহানগৰীৰ মালিগাঁৱত চোৰৰ গেং গ্ৰেপ্তাৰ জালুকবাৰী আৰক্ষীৰ।

মালিগাঁৱস্থিত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰৰ গেংটো।

গেংটোত আছে ৪ টাকৈ গোভাইদ চোৰ।

দীৰ্ঘদিন ধৰি মালিগাঁৱত চুৰি কাৰ্য চলাই আহিছিল।গেঙটোৱে

ধৃত চোৰ কেইটাৰ ঘৰ বৰপেটাত।

মালিগাঁৱৰ ভিন্ন স্থানৰ পৰা চুৰি কৰিছিল বহু সামগ্ৰী।

অৱশেষত বৰপেটাৰ পৰা জালুকবাৰী চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে ৪ টাকৈ চোৰ।

ধৃত চোৰ কেইটাৰ নাম অজনৱী আলি ৰুবুল আলী,চাইফুল ইছলাম,বুবুল আলী বুলি জানিব পৰা গৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *