মালিগাঁৱত হৃদয় বিদাৰক ঘটনা
জংঘলত এৰি যোৱা অৱস্থাত উদ্ধাৰ নৱজাতক
মালিগাঁৱৰ দেৱকতা নগৰ, উদয়গিৰি পথত এই চাঞ্চল্যকৰ ঘটনা
পৰৱৰ্তী সময়ত শিশুটিক সুৰক্ষিতভাৱে আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে
আৰক্ষীয়ে শিশুটিৰ প্ৰকৃত পিতৃ-মাতৃৰ সন্ধান বিচাৰি অব্যাহত ৰাখিছে অনুসন্ধান