চিৰাঙৰ ছামথাইবাৰীৰ ১২৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
ট্রাক আৰু ট্রেক্টৰৰ মাজত মুখামুখি সংঘৰ্ষ
সংঘৰ্ষ পাছতেই দুৰ্ঘটনাগ্রস্ত ট্ৰেক্টৰত খুন্দা এখন ই-ৰিক্সাৰ
খুন্দাৰ পাছতে পথত বাগৰি পৰে যাত্রীবাহী ই-ৰিক্সাখন
দুৰ্ঘটনাত ৫জন লোক গুৰুতৰভাৱে আহত
আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি