জামিন নাকচ জুবিন গাৰ্গ হত্যাকাণ্ডৰ ৪ অভিযুক্তৰ

জামিন নাকচ জুবিন গাৰ্গ হত্যাকাণ্ডৰ ৪ অভিযুক্তৰ

জামিন নাকচ অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ

বিশেষ ফাষ্টট্রেক আদালতে নাকচ কৰিলে জামিন

পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিলে শ্যামকানু মহন্তৰ জামিন

ইয়াৰ পূৰ্বে ফাষ্টট্ৰেক আদালতেও নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন

ইয়াৰ পূৰ্বে বিশেষ ফাষ্টট্ৰেক আদালতে নাকচ কৰিছিলে শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *