চাঞ্চল্যকৰ ঘটনা! সন্দেহজনক অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাৰ মৃতদেহ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত চাঞ্চল্যকৰ ঘটনা।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফুলেৰচৰ দ্বিতীয় খণ্ড গাঁৱত এগৰাকী বিবাহিত মহিলাৰ…

নীতিন নবীন বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি

নীতিন নবীন হ’ব বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি। মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। ৰাষ্ট্ৰীয় সভাপতি হিচাপে নীতিন…

কোকৰাঝাৰৰ ফকিৰাগ্ৰামৰ পৰা নিৰুদ্দেশ কিশোৰ

ৰাজ্যত পুনৰ কিশোৰ নিৰুদ্দেশৰ ঘটনা। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ পৰা নিৰুদ্দেশ কিশোৰ নিৰুদ্দেশ হোৱা কিশোৰজন টোটপাৰা নিৱাসী…

বৈদ্যুতিক টাৱাৰত ৰহস্যজনক ভাবে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ! হত্যাৰ অভিযোগত অভিযুক্ত কদম আলীক ধুবুৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

বৈদ্যুতিক টাৱাৰত ৰহস্যজনক ভাবে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ট্ৰেক্টৰ চালকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো ছানোৱাৰ…

বিমানত বোমাতংক! দিল্লীৰ পৰা বাগডোগৰা অভিমুখী বিমানত বোমাতংক!

বিমানত বোমাতংক! দিল্লীৰ পৰা বাগডোগৰা অভিমুখী বিমানত বোমাতংক! আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে ২৩৮জন যাত্ৰী লৈ দিল্লীৰ…

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ জালত বিতৰ্কিত লেখিকা শিখা শৰ্মা

আটক বিতৰ্কিত লেখিকা শিখা শৰ্মা। মহানগৰীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা আটক কৰে শিখা শৰ্মাক। জুবিন গাৰ্গৰ…

‘‘এতিয়া কাজিৰঙাত কোনেও বেদখল কৰিব নোৱাৰে। কাজিৰঙাত এতিয়া কোনেও গঁড় হত্যা কৰিব নোৱাৰে’’।কলিয়াবৰত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন আজি কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী…

শিলচৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ;আটক দুজনক

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিলচৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান…

“অভিযুক্তই নিজৰ পক্ষৰ পৰা সকলো চেষ্টা অব্যাহত ৰাখিছে,কিন্তু জুবিন‌ গাৰ্গে ন্যায় পাবই লাগিব”। আদালতৰ শুনানিৰ পাছত গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট

শনিবাৰে জিলা সত্র ন্যায়াধীশৰ আদালতত জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চতুৰ্থটো শুনানি সম্পন্ন হয় । ২২ জানুৱাৰীত…

“অসমৰ প্ৰকৃতিপ্ৰেমী ৰাইজলৈ আন্তৰিক প্ৰণাম”।অসমীয়া ভাষাতেই ভাষণ আৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন আজি কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী…