দুৰ্গোৎ‍সৱৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড

দুৰ্গোৎ‍সৱৰ আনন্দ উল্লাসৰ মাজতে নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

নগাঁৱৰ ইছলামপট্টিৰ এটা মবিলৰ গুদামত সংঘটিত এই ভয়ংকৰ ঘটনা

নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে সমগ্র গুদামটো

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ লোক

এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ

Leave a Reply

Your email address will not be published. Required fields are marked *