ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি অন্তিম দিন

ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি অন্তিমটো দিন।

পুৱা ৯:৩০ বজাৰ লগে লগে আৰম্ভ হ’ব সদনৰ কাম-কাজ।

সদনত দফাই দফাই চলিব UCC বিধেয়কৰ ওপৰত আলোচনা।

ইয়াৰ পূৰ্বে বিবেচনাৰ বাবে বিধেয়কখন সদনত উত্থাপন কৰিব মুখ্যমন্ত্রীয়ে।

বিধেয়কখন পাৰিত হ’লে ৰাজ্যত স্থাপন হ’ব লিংগ সমতা।

লিভ-ইন-ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব পঞ্জীয়নৰ ব্যৱস্থা।

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় বিধেয়কক লৈও হ’ব আলোচনা।

Leave a Reply

Your email address will not be published. Required fields are marked *