যোৰহাটৰ সম্ভ্ৰান্ত মিঠাই দোকানৰ ছীলড মিঠাই পেকেটৰ ভিতৰত চুলি
সঞ্জীৱ বৰা নামৰ এজন গ্ৰাহকে কণ্টেইনাৰত থকা এটা নিমকি পেকেট ক্ৰয় কৰিছিল
গ্ৰাহকজনে এই কথা দোকানৰ কৰ্মচাৰীক জনোৱাত অন্য এটা পেকেট লৈ যাবলৈ কয়
গ্ৰাহক জনে বিষয়টো যোৰহাট জিলা প্ৰশাসনক অৱগত কৰে
খাদ্য সুৰক্ষা বিষয়া আৰু চক্ৰ বিষয়া আহি পেকেট সমূহ জব্দ কৰি বিভাগীয়ভাবে তদন্ত আৰম্ভ কৰে