মহানগৰীৰ ঘাইপথ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত অবৈধভাৱে নিৰ্মিত দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ অভিযান।
মহানগৰীৰ পাথৰকুৱেৰীত PWD অভিযান।
নলাত নিৰ্মাণৰ উদ্দেশ্য এই উচ্ছেদ অভিযান।
PWD আৰু জিলা প্ৰশাসনৰ লোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পাথৰকুৱেৰীৰ ব্যৱসায়ী সকলে নিজে নিজে দোকান ভাঙি নলা নিৰ্মাণৰ পথ প্ৰশস্ত কৰি দিয়ে।।