UPPLএ প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা

অসম বিধানসভা নিৰ্বাচনৰ বাবে UPPLএ প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা।

কোকৰাঝাৰ চহৰস্থিত UPPLএ কেন্দ্ৰীয় কাৰ্যালয়ত প্ৰকাশ UPPLৰ তৃতীয়খন প্ৰাৰ্থী তালিকা। ৫টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে UPPLএ।

প্ৰাৰ্থী তালিকা অনুসৰি…

বাওঁখুংগ্ৰী সমষ্টিত প্ৰতিভা ব্ৰহ্ম

পৰ্বতঝোৰা সমষ্টিত আয়ুব হুছেইন মণ্ডল

চিদলী-চিৰাং সমষ্টিত ৰঞ্জিত বসুমতাৰী

গোৰেশ্বৰ সমষ্টি পৱিত্ৰ বড়ো

মাজবাট সমষ্টিত ৰবীন্দ্ৰ বসুমতাৰী

Leave a Reply

Your email address will not be published. Required fields are marked *