কলকাতাৰ শোকাৱহ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কলকাতাৰ শোকাৱহ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা


মৃতকৰ নিকটাত্মীয়ক চৰকাৰী চাকৰি দিব শুভেন্দু অধিকাৰী চৰকাৰে


মৃতকৰ পৰিয়ালক ৰাজ্য চৰকাৰে দিব ২৫ লাখ টকাকৈ আর্থিক অনুদানো


পদপিষ্ট হৈ ১৯ গৰাকীকৈ ভক্তৰ মৃত্যুৰ পাছতে এই ঘোষণা


ইতিমধ্যে পূজা কমিটীৰ ১২ সদস্যক আটক কৰিছে আৰক্ষীয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *