সোণাপুৰৰ টোল গেটত উত্তপ্ত পৰিস্থিতি।
স্থানীয় ৰাইজ-দল সংগঠনে ওফৰাই দিলে টোলগেটৰ টোলকৰ সংগ্ৰহ কৰা গেইট।
ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ নকৰা পৰ্যন্ত টোলকৰ নিদিয়াৰ হুংকাৰ ৰাইজৰ।
ইয়াকে লৈ সোণাপুৰৰ টোলগেটত উত্তপ্ত পৰিস্থিতি।
ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা।