মৰাপাট গুদামত ভয়ংকৰ অগ্নিকাণ্ড; ভস্মীভূত ২০ লাখ টকাৰ সম্পত্তিৰ

ধুবুৰীৰ গৌৰীপুৰৰ বেপাৰীপট্টিত অৱস্থিত মৰাপাট গুদামত ভয়ংকৰ অগ্নিকাণ্ড।

নিমিষতে জুইত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ মৰাপাট।

হঠাতে গুদামঘৰৰ ভিতৰৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ হুৱা-দুৱা।

গৌৰীপুৰ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক উপস্থিত ঘটনাস্থলীত।

অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডত ৪জন বেপাৰীৰ প্ৰায় ২০ লাখ টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সন্দেহ।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই।অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।

গৌৰীপুৰ আৰক্ষীয়ে উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *