মহানগৰীত জব্দ নকল সোণ

মহানগৰীৰ দক্ষিণগাঁৱত জব্দ নকল সোণ

মহানগৰ আৰক্ষীৰ অভিযানত জব্দ কৰে ৬ টুকুৰা নকল সোণ

নকল সোণসহ আটক আব্বাছ আলী নামৰ এজন লোকক

আব্বাছ আলী নলবাৰীৰ লাৰকুছিৰ বাসিন্দা বুলি জানিব পৰা গৈছে

আব্বাছ আলীৰ ভাৰাতীয়া ঘৰৰ পৰা উদ্ধাৰ নকল সোণৰ নাও

Leave a Reply

Your email address will not be published. Required fields are marked *